Assam Police AB/UB Constable PYQ Mock Test Part 1

Assam Police AB/UB Constable 2024 ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test Part 1

Telegram Group Join Now

 
QUIZ START

Results

Congratulations🥳

Better Luck next time

#1. 1.ৰাজতৰঙ্গিনী’ গ্ৰন্থৰ ৰচক কোন?

#2. 2. কালিদাস কোনজন ৰজাৰ ৰাজকবি আছিল?

#3. 3.মূলা গাভৰু কাৰ পত্নী আছিল?

#4. 4. কোন চনত ‘বংগ বিভাজন’ হৈছিল?

#5. 5.আইন-ই-আকবৰী’ গ্ৰন্থ কোনে ৰচনা কৰিছিল?

#6. 6.টিপু চুলতান ক’ৰ শাসনকর্তা আছিল?

#7. 7.অজন্তাৰ চিত্ৰ-কলাসমূহ কোন কাব্য গ্ৰন্থৰ আধাৰত অংকিত ?

#8. ৪. পঞ্চম শিখগুৰু টেগবাহাদুৰ কোনগৰাকী সম্রাটে প্রাণদণ্ড বিহিছিল?

#9. 9.কোনগৰাকী পাৰস্য সম্রাটে ভাৰতৰ পৰা ময়ূৰ সিংহাসন লৈ যায়?

#10. 10.কোন খ্রীষ্টাব্দত বিশ্ব ঐতিহ্য তাজমহলৰ নিৰ্মাণ আৰম্ভ হৈছিল?

#11. 11. কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘বন্দে মাতম গীতটি প্ৰথম গাইছিল?

#12. 12.১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ লগত কোনজন ব্যক্তি জড়িত নহয়?

#13. 13.কোনজন মোগল শাসকে দিল্লীৰপৰা আগ্ৰালৈ ৰাজধানী তুলি নিছিল?

#14. 14.’জন গণ মন’ ৰাষ্ট্ৰীয় সংগীতটো পোনতে গোৱা হৈছিল নেও যেছিল অনুষ্ঠিত কংগ্রেছ অধিবেশনতা আবিরে পদবিন কোন চনত হিছল?

#15. 15.লাচিত বৰফুকনৰ মৈদাম ক’ত আছে?

Previous
Finish

click to copy shortcode




Leave a Comment