Assam Police AB/UB Constable Mock Test PYQ MCQ Part 32

Assam Police Constable AB/UB PYQ Assamese 

Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 18 MCQ Part 32

Click on the start button below to start the mock test




#1. "তীর্থঙ্কৰ" শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পর্কিত?

#2. উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয়?

#3. নিম্নলিখিত বিকল্প সমূহৰ ভিতৰত অমিল শব্দটো হৈছে:

#4. লাই হাৰাওবা" উৎসৱটি নিম্নলিখিত কোন জাতিগোষ্ঠীৰ সৈতে সম্পর্কিত?

#5. কাংলা দুর্গটো উত্তৰ-পূব ভাৰতৰ কোন ঠাইত অৱস্থিত?

#6. ভাৰতৰ নির্বাচন আয়োগৰ মতে, ৰাষ্ট্রীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমানখন বাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাবে গণ্য হব লাগিব? (

#7. নিম্নলিখিত ব্যক্তি সমূহৰ কোন গৰাকীয়ে কৈছিল "স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই""

#8. কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানীপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল?

#9. ভাৰতৰ নির্বাচন আয়োগে ভাৰতৰ বিধানসভা নির্বাচনত কেতিয়া পোনপ্রথমবাৰৰ বাবে ভোটদানৰ বিকল্প সমূহত "ওপৰৰ এটাও নহয় (NOTA)" বিকল্পটো বলবৎ কৰিছিল?

#10. 'আন্তঃবাষ্ট্রীয় ন্যায়ালয়ৰ মূখ্য কার্যালয়টি' কোন ঠাইত অৱস্থিত?

#11. বাওলাট আইনত নিম্নলিখিত সমূহৰ কোনটো পদক্ষেপ অন্তর্ভূক্ত আছিল?

#12. ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্রথম গবাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি প্রদান কৰিছিল?

#13. কোনটো বৰ্ষত বৃটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল?

#14. চুহুংমুঙৰ বাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলা গাভৰুৰ স্বামীৰ নাম:

#15. কোন চনত "গভর্নৰ জেনেবেল অব ইণ্ডিয়া"ক "ভাইচৰয়" উপাধি দিয়া হৈছিল?

#16. পাকইয়ং বিমান বন্দৰটো ক'ত অৱস্থিত?

#17. অলিম্পিকৰ পতাকাখনত কেইটা আঙঠিব চিত্র আছে?

#18. আর্জেন্টিনাৰ ৰাজধানী চহৰ হৈছে:

Finish

Leave a Comment