Assam Police Constable AB/UB PYQ Assamese Or English
Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 15 MCQ Part 36
Click on the start button below to start the mock test
You might also check these ralated posts.....
#1. মুহাম্মাদ বিন বখতিয়াৰ খিলজীৰ দ্বাৰা আক্ৰমণৰ সময়ত ইছলাম গ্ৰহণ কৰা মেচ জনজাতিৰ প্রথম স্থানীয় লোক কোন আছিল?
#2. আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
#3. আহোমসকল কৰ পৰা আহিছিল।
#4. আহোমসকলে কৰ পৰা অসমত প্ৰৱেশ কৰিছিল।
#5. চুকাফাই পাটকাই পর্বতমালাৰ কোনটো গিৰিপথেৰে গৈছিল বুলি কোৱা হয়?
#6. চুকাফাই চনত তেওঁৰ ৰাজধানী মং মাও ত্যাগ কৰিছিল।
#7. "একেটা জংঘলত দুটা বাঘ বাস নকৰে; দুজন ৰজা একেখন সিংহাসনত নবহে।" ওপৰোক্ত শাৰীবোৰ কোনে চুকাফাক কৈছিল?
#8. আহোমসকলে কোন চনত ব্রহ্মপুত্র উপত্যকাত প্ররেশ কৈছিল?
#9. প্রথম আহোম ৰজা চুকাফাই কেতিয়া অসমত প্ৰৱেশ কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল?
#10. ব্রহ্মপুত্র উপত্যকাত কোনে তেওঁৰ সৰু ৰাজ্যৰ নাম 'মুং-ডুন-চান খাম' ৰাখিছিল?
#11. আহোমসকলৰ কালক্ৰমত সজ্জিত ঘটনাসমূহৰ ঐতিহাসিক বিৱৰণক কি নামেৰে জনা যায়?
#12. অসমত বুৰঞ্জী লিখা প্রথা কোনে প্রৱৰ্তন কৰিছিল?
#13. নিম্নলিখিত কোনজন আহোম ৰজাই অসমত বুৰঞ্জী লিখা প্ৰৱৰ্তন কৰিছিল?
#14. . বুৰঞ্জী প্রথমে কোন ভাষাত সংকলিত কৰা হৈছিল?
#15. আহোম ৰজাসকলক কি উপাধিৰে সম্বোধন কৰা হৈছিল?
Results
click to copy shortcode