Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam Geography Part 3
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Mock Test ক্লিক কৰক!
#1. গোৱালপাৰাত থকা তলৰ কোনটো পাহাৰত কোৱাৰ্টজ পোৱা যায়?
#2. অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো?
#3. অসমত কিমানটা তেল শোধনাগাৰ আছে?
#4. অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰখন কোনখন?
#5. অসমৰ কোনটো অংশত বৰষুণ অতি কম হয়?
#6. বৰাইল পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ কোনটো?
#7. ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন?
#8. বৰাক উপত্যকাত কিমানখন জিলা আছে?
#9. কোনখন ৰাজ্য অসমৰ সীমাত নাই?
#10. অসমৰ উত্তৰ দিশত কোনখন দেশ অৱস্থিত?
Results
click to copy shortcode
You might also check these ralated posts.....