Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam Part 43
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!
#1. অসমৰ উত্তৰ দিশত কোনখন দেশ অৱস্থিত?
#2. কোনখন ৰাজ্য অসমৰ সীমাত নাই?
#3. বৰাক উপত্যকাত কিমানখন জিলা আছে?
#4. অসমৰ মালভূমি অঞ্চলৰ মাজত কোনখন জিলা অৱস্থিত?
#5. ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন?
#6. কোনখন নদীয়ে কার্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে?
#7. ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন?
#8. তলৰ কোনখন নগৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নহয়?
#9. তলৰ কোনখনক পূবৰ আমাজন হিচাপে জনা যায়?
#10. অসমৰ ৰাজধানীৰ নাম কি?
Results
click to copy shortcode