Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam Part 38
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!
#1. কোনখন গ্ৰন্থ কাশ্মীৰ বুৰঞ্জীৰ তথ্য সম্মিলিত উৎস?
#2. ১৫২৬ চনৰ পাণিপথৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
#3. ভাৰতত ‘হোম-ৰুল-লীগ’ কোনে আৰম্ভ কৰিছিল?
#4. ‘সিন্ধু সভ্যতা’ৰ সময়ত সিন্ধু উপত্যকাৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল?
#5. ‘সীমান্ত গান্ধী’ ৰূপে খ্যাত ব্যক্তিগৰাকীৰ নাম কি?
#6. গজনীৰ চুলতানে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল?
#7. টাইমূৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?
#8. দিল্লীৰ টোগলক বংশৰ শেষ ৰজা বা চুলতান কোন আছিল?
#9. মহাত্মা গান্ধীয়ে তেওঁৰ উত্তৰাধিকাৰী হিচাপে কাক বিবেচনা কৰিছিল?
#10. তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তিগৰাকী কোন?
you can now paste the shortcode onto any page or post