Assam Police ADRE Mock Test Part 14

By Montugayan

Published on July 31, 2024

Follow Us -

Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam  Part 13

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Mock Test ক্লিক কৰক!

 



 

#1. ISRO বৰ্তমানৰ অধ্যক্ষ কোন ?

#2. মিছন চন্দ্ৰযান ৩ ৰ ৰভাৰখনৰ নাম কি ?

#3. ত্ৰিপুৰা, মণিপুৰ আৰু মেঘালয়ৰ ৰাজ্যিক দিৱস কোন তাৰিখে পালন কৰা হয়?

#4. সতী সাধনী কোনজন ৰজাৰ কন্যা আছিল?

#5. বাঘজান তেল কুঁপৰ অগ্নিকাণ্ডই কোনখন বন্যপ্রাণী/ৰাষ্ট্ৰীয় উদ্যানক প্রভাৱিত কৰিছে?

#6. অসমীয়া ভাষাৰ প্ৰথম আধুনিক নাটক কোনখন আছিল?

#7. কাৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল?

#8. শেহতীয়াকৈ, ‘ব্লু ডিউক’ক কোন ৰাজ্যৰ ৰাজ্যিক পখিলা হিচাপে ঘোষণা কৰা হৈছে?

#9. অসমৰ কোকৰাঝাৰ জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম সীমাৰূপে থকা নদীৰ নাম লিখক।

Previous
Finish

Results


click to copy shortcode



Montugayan

I am a digital content creator and developer committed to helping students and job seekers find their dream careers. With years of experience tracking Sarkari Results and Latest Vacancies, I built this platform to provide a simplified way to access job alerts and educational updates. My goal is to ensure that no opportunity goes unnoticed for hard-working candidates across the country.

Leave a Comment