Assam Police ADRE PYQ Mock Test Part 4

Assam Police AB/UB Constable ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam History Part 4

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Mock Test ক্লিক কৰক!

 


#1. শোনিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল?

#2. অসমৰ পুৰণি নাম কি?

#3. প্রাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল?

#4. কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি?

#5. নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?

#6. হর্ষবর্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম কি?

#7. হিউ-য়েন-চাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি?

#8. পাল বংশৰ প্ৰতিষ্ঠাতা কোন?

#9. তাবাকাৎ-ই-নীছিৰী' গ্ৰন্থৰ ৰচক কোন?

#10. 1546 খ্ৰীষ্টাব্দৰ প্ৰথম আহোম-কোচ যুদ্ধ কোনজন ৰজাৰ শাসনকালত হৈছিল?

#11. প্রথমজন বৰপাত্ৰগোহাঁই চুহুংমুঙৰ সৈতে সম্পর্কত কি আছিল?

Finish

click to copy shortcode




Leave a Comment