ASSAM POLICE AB/UB CONSTABLE MOCK TEST PART 15

Assam Police Constable AB/UB PYQ Assamese 

Telegram Group Join Now

Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 18 MCQ Part 15

Click on the start button below to start the mock test




 

#1. Who was the earliest king of Pragjyotishpur? প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল?

#2. What was the ancient name of Assam mentioned in Ramayana and Mahabharata? ৰামায়ণ আৰু মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম কি আছিল?

#3. According to Ramayana, Amurtyaraja was the founder of the kingdom of? ৰামায়ণৰ মতে অমুর্ত্যৰাজ কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল?

#4. Narakasura founded which dynasty? নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল?

#5. Ghatakasura was killed by? ঘটকাসুৰক কোনে হত্যা কৰিছিল?

#6. According to Pre-History sources, the mother of Narakasura was – প্রাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ আছিল-

#7. Who was killed by the first Naraka King Narakasura and established the Bhauma dynasty? প্রথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ভৌম বংশ প্রতিষ্ঠা কৰিছিল?

#8. Hinduism was established in Pragjyotishpura by the king কোন ৰজাই প্ৰাগজ্যোতিপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল?

#9. Naraksur was killed by – নৰকাসুৰক কোনে হত্যা কৰিছিল?

#10. According to the epic Mahabharata, who ruled the Pragjyotishpura kingdom during the Kurukshetra war? মহাকাব্য মহাভাৰতৰ মতে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিপুৰ ৰাজ্য কোনে শাসন কৰিছিল?

#11. Which Kamrupa King took part in the Battle of Kurukshetra কোন জন কামৰূপৰ ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল?

#12. In ancient times who was the king of Vidarbha? প্রাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল?

#13. Rukmini was the princess of ৰুক্মিণী কৰ ৰাজকুমাৰী আছিল?

#14. Rukmini was the daughter of ৰুক্মিণী কাৰ কন্যা আছিল

#15. sura Kingdom (Sonitpura Kingdom) was established by – অসুৰ ৰাজ্য (শোণিতপুৰ ৰাজ্য) কোনে প্ৰতিষ্ঠা কৰিছিল-

#16. Who was the contemporary of Narakasur in the middle Assam? মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল?

#17. Sonitpur was the capital of which king? শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল?

#18. Who married Usha, the daughter of Asura King Bana? অসুৰ ৰজা বাণৰ কন্যা উষাক কোনে বিয়া কৰাইছিল?

Previous
Finish
you can now paste the shortcode onto any page or post



Leave a Comment