Assam Police Constable AB/UB Question 24 April
2022 PYQ
Telegram Group
Join Now
Assam Police AB/UB Constable 24 April 2022 PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 15 MCQ Part 10
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Mock Test ক্লিক কৰক!
#1. গুৱাহাটী দূৰদৰ্শন কেন্দ্র কিমান চনত স্থাপন কৰা হৈছিল?
#2. অসম এছচিয়েচন কোনে প্ৰতিষ্ঠা কৰিছিল?
#3. জয়সাগৰ পুখুৰী কোনে খন্দাইছিল?
#4. গড়গঞা ৰজা কোন?
#5. অসম বিধানসভাৰ মুঠ আসন কেইখন?
#6. ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?
#7. শঙ্কৰদেৱৰ জন্ম ক’ত হৈছিল?
#8. আউনীআটী সত্র ক’ত অৱস্থিত?
#9. লোকপ্রিয় বুলি কোৱা হয়?
#10. বন্দে মাতম কোনে ৰচনা কৰিছিল?
#11. সন্তোষ ট্রফী কোনটো খেলৰ লগত জৰিত?
#12. কটন কলেজ কোন চনত স্থাপন কৰা হৈছিল?
#13. ৰীমা দাস কোনটো ক্ষেত্ৰৰ লগত জড়িত?
#14. ভাৰতত ব্যাঘ্র প্রকল্প স্থাপন কৰা হৈছিল?
#15. বিশ্বৰ বৃহত্তম মহাসাগৰখনৰ নাম কি?
Results
click to copy shortcode