Assam Police AB/UB Constable ADRE Mock Test Assam History Part 6

By Montugayan

Published on October 25, 2024

Follow Us -

Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 20 MCQ Assam History

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Mock Test ক্লিক কৰক!




 

 
QUIZ START

#1. কছাৰীসকলৰ প্ৰথম ৰাজধানী ক’ত আছিল?

#2. বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?

#3. চুকাফাৰ সমসাময়িক কছাৰী, ৰজাজন কোন আছিল?

#4. যশনাৰায়ণৰ আন এটা নাম কি আছিল?

#5. আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল?

#6. চুতীয়াসকলৰ ৰাজধানী ক’ত আছিল?

#7. কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যখনৰ পতন হয়?

#8. অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোতাজন কোন আছিল?

#9. প্রাচীন কামৰূপত হিন্দু ধর্মত দীক্ষা গ্রহণ কৰা ৰজা এজনৰ নাম লিখা।

#10. আহোমসকল অসমলৈ অহাৰ আগতে ক’ত বসবাস কৰি আছিল?

#11. ৰামানন্দৰ প্রধান শিষ্য কোন আছিল?

#12. কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা-বাহন দিছিল?

#13. শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল?

#14. নৱবৈষ্ণৱ ধৰ্মৰ ইষ্ট দেবতা কোন আছিল?

#15. বর্তমান মহাপুৰুষীয়া ধর্ম সংস্কৃতিৰ প্রাণকেন্দ্র কি?

#16. বর্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখনৰ নাম কি?

#17. অসমত মানৰ আক্ৰমণ কিমান চনত হৈছিল?

#18. কিমান চনত ইণ্ডো-বার্মা যুদ্ধ সংঘটিত হৈছিল?

#19. তৃতীয় বৌদ্ধ মেলা কেতিয়া অনুষ্ঠিত হৈছিল?

#20. কামৰূপত বৰ্মন বংশৰ প্রতিষ্ঠাতা কোন আছিল?

Previous
Finish

Results

Montugayan

I am a digital content creator and developer committed to helping students and job seekers find their dream careers. With years of experience tracking Sarkari Results and Latest Vacancies, I built this platform to provide a simplified way to access job alerts and educational updates. My goal is to ensure that no opportunity goes unnoticed for hard-working candidates across the country.

Leave a Comment