Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 25 MCQ Part 4
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Mock Test ক্লিক কৰক!
You might also check these ralated posts.....
#1. কোন চনত অসমত বনৰীয়া চাহ গছ আবিষ্কৃত হৈছিল?
#2. ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্রপতি কোন আছিল?
#3. গুৱাহাটী চাহ নিলাম কেন্দ্র কোন চনত স্থাপিত হৈছিল?
#4. ৰূপকোঁৱৰ কোন?
#5. কোন তাৰিখে শিল্পী দিবস' পালন কৰা হয়?
#6. মহেন্দ্ৰ কন্দলি কাৰ শিক্ষাগুৰু আছিল?
#7. সত্যসন্ধ্যা কাৰ পত্নী আছিল?
#8. সাহিত্য অকাডেমি বঁটা পোৱা প্ৰথমজন অসমীয়া সাহিত্যিক কোন?
#9. 'সুগন্ধি পখিলা'ৰ কবি আখ্যা দিয়া হয় কোনজন সাহিত্যিকক ?
#10. শংকৰদেৱে ৰচনা কৰা গীতবোৰক কি বোলে?
#11. . 'অ'কুলি, অ'কুলি' বুলি কুলি চৰাইক লৈ ৰচনা কৰা বিখ্যাত কবিতাটো কোনে ৰচিছিল?
#12. ২০১২ চনৰ সাহিত্য অকাডেমিৰ বাল সাহিত্য পুৰস্কাৰ কোনে লাভ কৰিছিল?
#13. হেমচন্দ্র গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাই লগ হৈ কোনখন আলোচনী প্ৰকাশ কৰিছিল?
#14. বৰগীতসমূহ কি ভাষাত ৰচনা কৰা হৈছে?
#15. লিটিকাই, নোমল, পাচনি আৰু চিকৰপতি নিৰপতি কি?
#16. কোনজন অসমীয়া সাহিত্যিক সাহিত্যিক 'শিলভদ্র'' 'নামেৰে খ্যাত?
#17. প্রথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি?
#18. কোনজন অসমীয়া সাহিত্যিকৰ ছদ্মনাম 'ভানুনন্দন'?
#19. সাৰথি' অসমীয়া সাহিত্যৰ এখন অমূল্য গ্রন্থ। ইয়াৰ লেখক কোন?
#20. মেকং নৈ দেখিলোঁ ভ্রমণ কাহিনীখনৰ লেখক কোন?
#21. প্ৰতিমাৰ খনিকৰ কোন?
#22. আনন্দ চন্দ্র আগৰৱালা কি নামেৰে জনাজাত আছিল
#23. অসমীয়া ভাষাৰ গঠন আৰু বিকাশ' গ্ৰন্থখনৰ লেখক কোন?
Results