Assam Police AB/UB Constable Mock Test Part 1

By Montugayan

Published on April 5, 2026

Follow Us -

Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test PART 1 MCQ Assam History

Click on the start button below to start the mock test

Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Mock Test ক্লিক কৰক!




 

#1. গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল?

#2. বর্মন বংশৰ কোনগৰাকী ৰাজকুঁৱৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল?

#3. হর্ষচৰিতৰ লেখক কোন আছিল?

#4. ৰাজত ৰংগিনীৰ ৰচক কোন?

#5. বংগৰ শাসন কর্তা মহম্মদ বিন বখতিয়াৰ খিলিজীৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?

#6. বর্তমান শিৱসাগৰৰ ৰংঘৰটো কোনজন স্বৰ্গদেউৰ দিনত সজোৱা হৈছিল?

#7. অসমৰ আটাইতকৈ ওখ দৌল কোনটো?

#8. আহোম ৰাজবংশৰ শেষৰজন ৰজা কোন আছিল?

#9. মানে প্রথমবাৰ অসম আক্রমণ কৰাত অসমৰ ৰজা কোন আছিল?

#10. ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?

#11. ৰজত ৰংগিনীৰ লেখক কোন আছিল?

#12. শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?

#13. অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হৈছিল?

#14. স্বাধীনতা আন্দোলনত প্রাণ আহুতি দিয়া প্রথমজন মহিলা কোন আছিল?

#15. কিমান চনত চুকাফা ৰজা হিচাপে ৰাজপাটত উঠে?

#16. অসমৰ সর্বপ্রথম বুৰঞ্জী কোনে লিখিছিল?

#17. কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্রোহ হৈছিল

#18. আহোমসকল অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল?

#19. শ্বিলং কেতিয়াৰ পৰা অসমৰ ৰাজধানী হয়?

#20. অসমলৈ মানসকলক কোনে আনিছিল?

#21. শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল?

#22. দিহিঙীয়া ৰজা হিচাপে কাক জনা যায়?

#23. হিন্দু ধর্ম গ্রহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল?

Previous
Finish

Results




Montugayan

I am a digital content creator and developer committed to helping students and job seekers find their dream careers. With years of experience tracking Sarkari Results and Latest Vacancies, I built this platform to provide a simplified way to access job alerts and educational updates. My goal is to ensure that no opportunity goes unnoticed for hard-working candidates across the country.

Related Job Posts

Assam Rifleman GD Recruitment 2026// Notification Out Apply Online

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Join Indian Indian Army Recruitment 2026-27 Notification Out All Assam Direct Apply Online

Job Post:

Army Agniveer

Qualification:

10th Pass

Job Salary:

30,000/Month

Job Salary:

30,000/Month

Apply Now

Indian Reserve Battalion APSSB New Recruitment 2026-Notification Out (984 Post Apply Online

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

SSC GD CONSTABLE MOCK TEST MCQ PART 11

Job Post:
Qualification:
Job Salary:
Job Salary:
Apply Now

Leave a Comment