Assam Police Constable AB/UB PYQ Assamese
Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 20 MCQ Part 22
Click on the start button below to start the mock test
You might also check these ralated posts.....
#1. Who demanded the Constitution first? কোনে প্রথমে ভাৰতীয় সংবিধান দাবী কৰিছিল?
#2. In which year Cabinet Mission came to India? কোন বছৰত কেবিনেট মিছন ভাৰতলৈ আহিছিল?
#3. Who presided over the first session of Constituent ssembly? সংবিধান সভাৰ প্ৰথম অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল?
#4. The Indian Constitution was adopted on? ভাৰতীয় সংবিধান কেতিয়া গৃহীত হৈছিল?
#5. In which Schedule of the Constitution of India is the list of States and Union Territories given? ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকা দিয়া হৈছে?
#6. Name the Constitutional Amendment Act that was passed to provide free and compulsory education of all children between 6 and 14 years of age. ৬ৰ পৰা ১৪ বছৰৰ ভিতৰৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ বাবে গৃহীত হোৱা সাংবিধানিক সংশোধনী আইনখনৰ নাম লিখা।
#7. The idea of the fundamental duties has been taken from the constitution of মৌলিক কৰ্তব্যৰ ধাৰণাটো ৰ সংবিধানৰ পৰা লোৱা হৈছে।
#8. Which of the following is not provided by the constitution of India? তলৰ কোনটো ভাৰতৰ সংবিধানত প্ৰদান কৰা হোৱা নাই?
#9. First session of Constituent Assembly was held in? কেতিয়া সংবিধান সভাৰ প্ৰথম অধিবেশন অনুষ্ঠিত হৈছিল?
#10. Who was the president of Drafting Committee of Constituent Assembly? সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল?
#11. Which of the following also known as "Threshold of Constitution"? তলৰ কোনটোক "সংবিধানৰ দুৱাৰডলি বুলিও কোৱা হয়?
#12. Objective Resolution was introduced by whom? উদ্দেশ্য সংকল্প কোনে প্ৰৱৰ্তন কৰিছিল?
#13. The Indian Federation is based on the pattern of ভাৰতীয় ফেডাৰেচন ৰ আৰ্হিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
#14. Indian constitution took how many days to complete? ভাৰতীয় সংবিধান সম্পূর্ণ হ'বলৈ কিমান দিন লাগিল?
#15. When the national flag was adopted? জাতীয় পতাকা কেতিয়া গ্ৰহণ কৰা হৈছিল?
#16. Who signed the Indian Constitution first? কোনে প্রথমে ভাৰতীয় সংবিধানত স্বাক্ষৰ কৰিছিল?
Results