ASSAM POLICE AB/UB CONSTABLE MOCK TEST PART 16

Assam Police Constable AB/UB PYQ Assamese 

Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 18 MCQ Part 16

Click on the start button below to start the mock test

 


#1. Which of the following place was famous for astrology? তলৰ কোনখন ঠাই জ্যোতিষৰ বাবে বিখ্যাত আছিল?

#2. Which city is called "The City of Eastern Astrology"? কোনখন চহৰক "পূৰ্বৰ জ্যোতিষৰ নগৰ" বুলি কোৱা হয়?

#3. One of the following books is the most important literary source for the study of early history of Assam. Which is the book? অসমৰ প্ৰাগঐতিহাসিক অধ্যয়নৰ বাবে তলৰ কোনখন গ্রন্থ আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস?

#4. In the 4th century which dynasty marked the beginning of Ancient Assam? চতুর্থ শতিকাত কোনটো বংশই প্রাচীন অসমৰ আৰম্ভণি কৰিছিল

#5. Which region of Assam is mentioned in the Allahabad Pillar Inscription? এলাহাবাদ স্তম্ভ শিলালিপিত অসমৰ কোনটো অঞ্চলৰ কথা উল্লেখ আছে?

#6. Who was the founder of the Varman Dynasty? বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

#7. Which Gupta ruler's pillar first mentioned the term Kamrupa? কোনজন গুপ্ত শাসকৰ স্তম্ভত প্রথমে কামৰূপ শব্দৰ কথা উল্লেখ আছে?

#8. What was the official language of the Varman dynasty? বৰ্মন বংশৰ চৰকাৰী / অনুষ্ঠানিক ভাষা কি আছিল?

#9. Which of the following Varman king was also known as Maharajadhiraja? তলৰ কোনজন বৰ্মন ৰজা মহাৰাজধিৰাজ নামেৰেও পৰিচিত আছিল?

#10. Which of the following Varman King was defeated by Samudragupta in connection with the Ashwamedha sacrifice? অশ্বমেধ যজ্ঞৰ লগত জড়িত কোনজন বৰ্মন ৰজা সমুদ্রগুপ্তৰ দ্বাৰা পৰাজিত হৈছিল?

#11. Princess Amrita Prabha, who married the prince of Kashmir Meghavahana, was the daughter of: কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ৰাজকুমাৰী অমৃতা প্ৰভাৰ কন্যা আছিল:

#12. Who was the first king from Assam to perform 'Ashwamedha Yagna'? অসমৰ পৰা 'অশ্বমেধ যজ্ঞ' কৰা প্ৰথমজন ৰজা কোন?

#13. Who was the first king from Assam to perform 'Ashwamedha Yagna'? অসমৰ পৰা 'অশ্বমেধ যজ্ঞ' কৰা প্ৰথমজন ৰজা কোন?

#14. Which of the following Varman King performed Ashvamedha or horse sacrifice to throw off the Gupta Empire? তলৰ কোনজন বৰ্মন ৰজাই গুপ্ত সাম্রাজ্যক দলিৱাই পেলাই দিবলৈ অশ্বমেধ বা অশ্বযজ্ঞ কৰিছিল?

#15. Who is the author of the biography -Harsha Charita? হৰ্ষ চৰিত জীৱনীখনৰ লেখক কোন?

#16. The ruler of Varman dynasty, Susthitavarman was also known as বৰ্মন বংশৰ শাসক সুস্থিতবর্মন কি নামেৰে খ্যাত আছিল

#17. The title "Kumara Raja" was given to which Varman king? "কুমাৰ ৰাজা" উপাধি কাক দিয়া হৈছিল

#18. Who was the contemporary of Bhaskaravarman in northern India? উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল?

Finish





Leave a Comment