Assam Police Constable AB/UB PYQ Assamese
Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test 18 MCQ Part 15
Click on the start button below to start the mock test
#1. Who was the earliest king of Pragjyotishpur? প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল?
#2. What was the ancient name of Assam mentioned in Ramayana and Mahabharata? ৰামায়ণ আৰু মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম কি আছিল?
#3. According to Ramayana, Amurtyaraja was the founder of the kingdom of? ৰামায়ণৰ মতে অমুর্ত্যৰাজ কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল?
#4. Narakasura founded which dynasty? নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল?
#5. Ghatakasura was killed by? ঘটকাসুৰক কোনে হত্যা কৰিছিল?
#6. According to Pre-History sources, the mother of Narakasura was - প্রাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ আছিল-
#7. Who was killed by the first Naraka King Narakasura and established the Bhauma dynasty? প্রথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ভৌম বংশ প্রতিষ্ঠা কৰিছিল?
#8. Hinduism was established in Pragjyotishpura by the king কোন ৰজাই প্ৰাগজ্যোতিপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল?
#9. Naraksur was killed by - নৰকাসুৰক কোনে হত্যা কৰিছিল?
#10. According to the epic Mahabharata, who ruled the Pragjyotishpura kingdom during the Kurukshetra war? মহাকাব্য মহাভাৰতৰ মতে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিপুৰ ৰাজ্য কোনে শাসন কৰিছিল?
#11. Which Kamrupa King took part in the Battle of Kurukshetra কোন জন কামৰূপৰ ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল?
#12. In ancient times who was the king of Vidarbha? প্রাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল?
#13. Rukmini was the princess of ৰুক্মিণী কৰ ৰাজকুমাৰী আছিল?
#14. Rukmini was the daughter of ৰুক্মিণী কাৰ কন্যা আছিল
#15. sura Kingdom (Sonitpura Kingdom) was established by - অসুৰ ৰাজ্য (শোণিতপুৰ ৰাজ্য) কোনে প্ৰতিষ্ঠা কৰিছিল-
#16. Who was the contemporary of Narakasur in the middle Assam? মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল?
#17. Sonitpur was the capital of which king? শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল?
#18. Who married Usha, the daughter of Asura King Bana? অসুৰ ৰজা বাণৰ কন্যা উষাক কোনে বিয়া কৰাইছিল?
Results