Assam Police AB/UB Constable PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam History Part 2
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Mock Test ক্লিক কৰক!
#1. Who was the founder of the Pala dynasty? পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
#2. Who was the first Assamese to fight against the British? ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্রথম অসমীয়া কোন?
#3. Who built the Umananda temple? কোনে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল?
#4. he last battle between Ahom and Mughal took place in the year মোগল আৰু আহোমৰ মাজত শেষ যুদ্ধ সংঘটিত হৈছিল ?
#5. Who led the first revolt against the British in Assam? অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল?
#6. When was Maniram Dewan hanged? মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল?
#7. শোনিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল?
#8. আহোমৰ অন্তিমখন ৰাজধানী ক'ত স্থাপন কৰিছিল?
#9. পথৰুঘাটৰ কৃষক বিদ্রোহ বা পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?
#10. পথৰুঘাটৰ ৰণ ক'ত হৈছিল?
#11. Who wrote the Ramayana? ৰামায়ণ কোনে ৰচনা কৰিছিল?
#12. Who has written the 'Harshacharita'? হর্ষচৰিত কোনে লিখিছিল?
#13. Where is Qutub Minar located? কুটুব মিনাৰ ক'ত অৱস্থিত?
#14. When was the Indian National Congress founded?ভাৰতীয় জাতীয় কংগ্রেছ কেতিয়া গঠন হৈছিল?
#15. Who was the first Governor General of Findependent India? স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৱৰ্ণৰ জেনেৰেল কোন আছিল?
#16. Who was the author of "My experiment with Truth"? "মোৰ সত্য অন্বেষণৰ কাহিনী' গ্ৰন্থৰ ৰচক হল?
Results
click to copy shortcode
You might also check these ralated posts.....