ADRE Garde-3 Exam MCQ Answer Key 2024

Q.1 নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত?

Telegram Group Join Now

 

Ans : গোলাঘাট

 

Q.2 টোকলাই চাহ গৱেষণা ক’ত অৱস্থিত?

 

Ans : যোৰহাট




Q.3  শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি?

 

Ans : খেৰসূতী

 

Q.4 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন?

 

Ans : জ’ বাইডেন

 

Q.5  তলৰ কোনটো বাঁহৰ সজুলি?

 

Ans : টকা

 

Q.6 

 

Q.6 তলৰ কোনটো অমিল

 

Ans : বাদুলি

 

Q.7 . আজি ৰবিবাৰ হ’লে 92 দিনৰ পিছত কি বাৰ হ’ব?

 

Ans : সোমবাৰ

 

Q.8 কোনখন দেশৰ লগত অসমে সীমা ভাগ বতৰা কৰে?

 

Ans : বাংলাদেশ আৰু ভূটান

 

Q.9  জালিয়ানৱালাবাগ ক’ত অৱস্থিত?

 

Ans: পঞ্জাৱ

 

Q.10  ৰংবং তেৰাঙৰ গ্ৰন্থখন কি?

 

Ans : ৰংমিলিৰ হাঁহি

 

Q.11 নীতি আয়োগৰ অধ্যক্ষ কোন?

 

Ans : প্রধানমন্ত্রী

 

Q.12 . আহোমৰ শেষ ৰাজধানী ক’ত?

 

Ans : যোৰহাট




Q.13  1 জানুৱাৰী 2024 অনুসৰি ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন?

 

Ans : জগদীপ ধনখৰ

 

Q.14 ৰাজ্যসভাৰ অধ্যক্ষ কোন?

 

Ans : উপ ৰাষ্ট্ৰপতি

 

Q.15 ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰাই?

 

Ans : মুখ্য ন্যায়াধীশে

 

Q.16 অসম চৰকাৰৰ বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত ?

 

Ans : ভূমি ব্যৱস্থাপনা

 

Q.17 ভৈৰৱ কুণ্ড কোন কেইখন ৰাজ্যৰ লগত সীমা আছে?

 

Ans : Bhutan, Assam and Arunachal

 

Q.18 ৰূপৰ ৰাসায়নিক সংকেত বা চিহ্ন কি?

 

Ans: Ag

 

Q.19 তলৰ কোনখন আমেৰিকাৰ দ্বীপ ৰাজ্য?

 

Ans:  হাৱাই দ্বীপপুঞ্জ

 

Q.20 অলকানন্দা গীতৰ গীতিকাৰ কোন?

 

Ans : Maitrayee Patar

 

Q.21  Diamond league kihor লগত জৰিত ?

 

Ans : track and field event

 

Q.22  ৰঞ্জু হাজৰিকাৰ আচল নাম?

 

Ans: কুমুদ চন্দ্র হাজৰিকা

 

Q.23  কোনখন উত্তৰ পূবৰ পাহাৰ?

 

Ans: বৰাইল পর্বতমালা

 

Q.24 কাঞ্চিপুৰাম শাৰি কোনখন ৰাজ্যত উৎপাদন কৰা হয়?

 

Ans : Tamil Nadu

 

Q.25 নয়নমণি শইকীয়াই খেলা খেলবিধৰ নাম?

 

Ans : লন বলৰ।

 

Q.26 কোনখন দেশ সাগৰৰ উপকূলত অৱস্থিত নহয়?

 

A)Afganistan,

 

  1. B) iran.

 

C)Usa

 

Ans : A)Afganistan,

 

Q.27 বেডমিণ্টন খেলুৱৈ গৰাকী নাম কি?

 

Ans : 

 

Q.28 গ্ৰীণ লেণ্ড কোনখন মহাদেশত আছে?

Ans : American

 




Leave a Comment