Q.1 নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত?
Ans : গোলাঘাট
Q.2 টোকলাই চাহ গৱেষণা ক’ত অৱস্থিত?
Ans : যোৰহাট
Q.3 শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি?
Ans : খেৰসূতী
Q.4 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন?
Ans : জ’ বাইডেন
Q.5 তলৰ কোনটো বাঁহৰ সজুলি?
Ans : টকা
Q.6
Q.6 তলৰ কোনটো অমিল
Ans : বাদুলি
Q.7 . আজি ৰবিবাৰ হ’লে 92 দিনৰ পিছত কি বাৰ হ’ব?
Ans : সোমবাৰ
Q.8 কোনখন দেশৰ লগত অসমে সীমা ভাগ বতৰা কৰে?
Ans : বাংলাদেশ আৰু ভূটান
Q.9 জালিয়ানৱালাবাগ ক’ত অৱস্থিত?
Ans: পঞ্জাৱ
Q.10 ৰংবং তেৰাঙৰ গ্ৰন্থখন কি?
Ans : ৰংমিলিৰ হাঁহি
Q.11 নীতি আয়োগৰ অধ্যক্ষ কোন?
Ans : প্রধানমন্ত্রী
Q.12 . আহোমৰ শেষ ৰাজধানী ক’ত?
Ans : যোৰহাট
Q.13 1 জানুৱাৰী 2024 অনুসৰি ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন?
Ans : জগদীপ ধনখৰ
Q.14 ৰাজ্যসভাৰ অধ্যক্ষ কোন?
Ans : উপ ৰাষ্ট্ৰপতি
Q.15 ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰাই?
Ans : মুখ্য ন্যায়াধীশে
Q.16 অসম চৰকাৰৰ বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত ?
Ans : ভূমি ব্যৱস্থাপনা
Q.17 ভৈৰৱ কুণ্ড কোন কেইখন ৰাজ্যৰ লগত সীমা আছে?
Ans : Bhutan, Assam and Arunachal
Q.18 ৰূপৰ ৰাসায়নিক সংকেত বা চিহ্ন কি?
Ans: Ag
Q.19 তলৰ কোনখন আমেৰিকাৰ দ্বীপ ৰাজ্য?
Ans: হাৱাই দ্বীপপুঞ্জ
Q.20 অলকানন্দা গীতৰ গীতিকাৰ কোন?
Ans : Maitrayee Patar
Q.21 Diamond league kihor লগত জৰিত ?
Ans : track and field event
Q.22 ৰঞ্জু হাজৰিকাৰ আচল নাম?
Ans: কুমুদ চন্দ্র হাজৰিকা
Q.23 কোনখন উত্তৰ পূবৰ পাহাৰ?
Ans: বৰাইল পর্বতমালা
Q.24 কাঞ্চিপুৰাম শাৰি কোনখন ৰাজ্যত উৎপাদন কৰা হয়?
Ans : Tamil Nadu
Q.25 নয়নমণি শইকীয়াই খেলা খেলবিধৰ নাম?
Ans : লন বলৰ।
Q.26 কোনখন দেশ সাগৰৰ উপকূলত অৱস্থিত নহয়?
A)Afganistan,
- B) iran.
C)Usa
Ans : A)Afganistan,
Q.27 বেডমিণ্টন খেলুৱৈ গৰাকী নাম কি?
Ans :
Q.28 গ্ৰীণ লেণ্ড কোনখন মহাদেশত আছে?
Ans : American